বন্যহস্তীৰ তাণ্ডৱ;বন্যহস্তীয়ে ভাঙি তহিলং কৰিলে বাসগৃহৰ লগতে ভড়ালৰ ধান

চামগুৰিৰ বিলপাৰত বন্যহস্তীৰ তাণ্ডৱ।

নিশা বিলপাৰৰ মঞ্জিকা বসুমতাৰীৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিলে বন্যহস্তীয়ে।

নিশা শুই থকা অৱস্থাত বন্যহস্তীয়ে ভাঙি তহিলং কৰে বাসগৃহটোৰ লগতে গোসাঁই ঘৰ।

অনিষ্ট কৰে বাসগৃহটোৰ বহু মূল্যৱান সামগ্ৰীৰ লগতে ধান।

কথমপি প্ৰাণৰক্ষা বাসগৃহৰ ভিতৰত থকা মঞ্জিকা বসুমতাৰীৰ পৰিয়ালৰ লোক।

Leave a Reply

Your email address will not be published. Required fields are marked *