বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক সাক্ষাৎ সদৌ অসম সত্ৰ মহাসভাৰ প্ৰতিনিধিৰ দলৰ
সত্ৰ আৰু নামঘৰসমূহৰ নামঘৰীয়া আৰু গায়ন বায়নসকলক মাহিলী ভাট্টা প্ৰদানৰ অনুৰোধ
৬০ৰ উৰ্ধৰ সত্ৰাধিকাৰসকলক সাংস্কৃতিক পেঞ্চন দিয়াৰ আহ্বান
অসমৰ সত্ৰ আৰু নামঘৰসমূহৰ উন্নয়নৰ সম্পৰ্কেও আলোচনা