শ্রমিক-কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে ধুবুৰীত জেলভৰো কাৰ্যসূচী

বিজেপি চৰকাৰৰ শ্রমিক-কৃষকবিৰোধী নীতিৰ বিৰুদ্ধে জনমত গঠন কৰাৰ লক্ষৰে চি আই টি ইউ, নিখিল ভাৰত কৃষক সভা আৰু কৃষি শ্রমিক ইউনিয়নে সোমবাৰে যৌথভাৱে দেশজোৰা ‘জেলভৰো’ কাৰ্যসূচী (সত্যাগ্রহ)ৰ ৰূপায়ণ।কৰে

সোমবাৰে ধুবুৰীৰ ৰে’ল ষ্টেচন চৌহদৰ পৰা শতাধিক প্ৰতিবাদকাৰীয়ে এক প্ৰতিবাদী সমদল উলিয়াই চহৰখনৰ ষ্টেচন ৰোডেৰে প্ৰতিবাদী সমদলটোৱে আগৱাঢ়ি যোৱাৰ সময়তে আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক আটক কৰি ধুবুৰী থানালৈ লৈ আনে।

Leave a Reply

Your email address will not be published. Required fields are marked *