১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা আম আদমী পাৰ্টিৰ

আম আদমী পাৰ্টিৰ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা।১৪টা সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰিলে আম আদমী পাৰ্টিয়ে।

আম আদমী পাৰ্টিৰ প্ৰাৰ্থীৰ তালিকা অনুসৰি…

গহপুৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- ঝাৰবম কুটুম

তিতাবৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- পল্লৱ শইকীয়া

নাওবৈচা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- অচ্যুত দাসক

দেৰগাওঁ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- পুলিন গগৈক

ইষ্ট গোৱালপাৰা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- জিনা আমিৰ হুচেইন

ৰহা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- বৰুণ বিকাশ দাস

বোকাজান সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- ৰেণুকা তিপুংপি

বিশ্বনাথ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- অনিতা গগৈ

মধ্য গুৱাহাটী সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- অনুপমা ডেকাৰজা

খুমটাই সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- আশীষ হাজৰিকা

শিৱসাগৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- তপন গগৈ

ৰঙানদী সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- টিকেন্দ্ৰ থাপা

চেঙা সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- জহিদুল ইছলাম খান

নদুৱাৰ সমষ্টিত আপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে- ৰণজিত বড়ো

Leave a Reply

Your email address will not be published. Required fields are marked *