এক লাখ মন্ত্ৰ আহুতিৰে সাদিনীয়া মহাশিৱৰাত্ৰিৰ মহাআয়োজন পৰম শিৱম মন্দিৰত

এক লাখ মন্ত্ৰ আহুতিৰে সাদিনীয়া মহাশিৱৰাত্ৰিৰ মহাআয়োজন উত্তৰ গুৱাহাটী পৰম শিৱম মন্দিৰত। অখণ্ড হনুমান সালিছা, যাগযজ্ঞ আৰু আছে বিবিধ বৈদিক পৰম্পৰা ।

আজি কলচী যাত্ৰাৰে ব্ৰহ্মপুত্ৰত পানী তুলিব অগমন কুমাৰীৰ। ব্ৰহ্মপুত্ৰৰ পানীৰে যজ্ঞৰ ভেটি পবিত্ৰ কৰি কাশী বৃন্দাবনৰ পুৰোহিতে লক্ষাধিক আহুতিৰে উপাসনা কৰিব মহাদেৱক।

প্ৰতি বছৰে লক্ষ্মী নাৰায়ণ যজ্ঞৰে মহা শিৱৰাত্ৰী উদযাপিত হৈ আহিছে ৰূদ্ৰেশ্বৰৰ পৰম শিৱম মন্দিৰত।

Leave a Reply

Your email address will not be published. Required fields are marked *