পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ প’ষ্ট

পুনৰ সামাজিক মাধ্যমত জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰৰ প’ষ্ট । জুবিনক্ষেত্ৰ পৰিচালনা সমিতিৰ মুৰব্বীলৈ এই পোষ্টক জৰিয়তে আহ্বান পামী বৰঠাকুৰৰ।

প’ষ্টটোত লিখিছে যে- শ্ৰদ্ধা, মৰম, আদৰ, দায়িত্ব বিলাক যেন ম্লান পৰি গৈছে সময়ৰ সোঁতত! জুবিন গাৰ্গে অসম খন আৰু অসমীয়াক বিশ্ব পটত উজ্বলাই গ’ল আৰু আমি তেওঁৰ শেষ জিৰণিৰ ঠাই টুকুৰাও চিকুণ কৈ ৰাখিব পৰা নাই! কিয় জুবিন ক্ষেত্ৰৰ construction বন্ধ হৈ আছে? কিয় এতিয়াও জুবিন ক্ষেত্ৰ খন চলাবলৈ এটা proper system কৰা হোৱা নাই? চৰকাৰ, ৰাইজ সকলো ইমান উদাসীন কিয় জুবিন ক্ষেত্ৰক লৈ? জুবিন ক্ষেত্ৰক বিশ্ব মানদণ্ডৰ পৰ্য্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰক, এয়ে আমাৰ অনুৰোধ জুবিন ক্ষেত্ৰ পৰিচালনা সমিতিৰ মূৰব্বীলৈ।

Leave a Reply

Your email address will not be published. Required fields are marked *