গুৱাহাটীৰ ভেটাপাৰাত বজালীৰ যুৱকৰ ৰহস্যজনক মৃত্যু

গুৱাহাটীৰ ভেটাপাৰাত বজালীৰ যুৱকৰ ৰহস্যজনক মৃত্যু।

ভাড়াঘৰত ৰহস্যজনক অৱস্থাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ।

উদ্ধাৰ হোৱা মৃতদেহটো বজালীৰ ধীৰাজ কলিতাৰ বুলি জানিব পৰা গৈছে।

কৰ্মসূত্ৰে গুৱাহাটীৰ ভেটাপাৰাত আছিল যুৱকজন।

জানিব পৰা হোৱা নাই যুৱকজনৰ মৃত্যুৰ কাৰণ।

ৰহস্যজনক অৱস্থাত যুৱকজনৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

Leave a Reply

Your email address will not be published. Required fields are marked *