গুৱাহাটী পাণ্ডুৰ কেবাখনো পূজা কমিটিৰ হাহাকাৰ
পূজা কমিটিৰ ধন লৈ পলাল কলকাতাৰ শিল্পী
পাণ্ডু জয়মতী নগৰ,তৰুণ সংঘ পূজা কমিটি,বিবিচি কলনী টাইপ ২ ,যশোদা নিবাস নগৰ পূজা কমিটিৰ লগতে কেৱাখন পূজা কমিটিৰ আগধন লৈ পলয়ন শিল্পী
আজি কেইবাখন পূজা কমিটিয়ে ঘট প্ৰতিষ্ঠাৰে মুকলি কৰাৰ কথা আছিল
কলকতাৰ বিশ্বজিৎ চৰকাৰ (Bittu) নামৰ শিল্পীজনৰ এই কাণ্ড
হঠাৎ হোৱা এনে ঘটনাই বিপাঙত পেলাইছে পূজা কমিটি সমূহক
কিছুদিন পূৰ্বে গুৱাহাটীৰ নয়ন তৰা আৰু ছাত্ৰীবাৰীত হৈছিল অনুৰূপ ঘটনা