গুৱাহাটীত উপস্থিত RSS প্ৰধান মোহন ভাগৱত
RSSৰ গুৱাহাটীস্থিত মুখ্য কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত RSSপ্ৰধানগৰাকী
হোজাইৰ প্ৰশিক্ষণ শিবিৰৰ পৰা পোনে পোনে গুৱাহাটীত উপস্থিত হয় ভাগৱত
অসম ক্ষেত্ৰৰ কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠকত মিলিত হ’ব মোহন ভাগৱত
সুদৰ্শনালয়ত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
RSS প্ৰধানগৰাীকীক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে