আজি ভাৰত বন্ধ! সমগ্ৰ দেশতে শ্ৰমিকৰ ধৰ্মঘট কাৰ্যসূচী

আজি ভাৰত বন্ধ। সমগ্ৰ দেশতে ৩০ কোটি শ্ৰমিকে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ নীতিৰ বিৰোধিতাৰে…

GRP জোৱান ইমৰাণ হুছেইনৰ হত্যাকাৰীক আটক

GRP জোৱান ইমৰাণ হুছেইনৰ হত্যাকাৰীক আটক। উৰিষ্যাৰ জাজপুৰৰ পৰা আটক প্ৰশান্ত ৰাৱাট আৰু অভিমন্যু পাত্ৰক।। ৰঙিয়াত…

প্ৰতিভাবান লেখিকা শৰ্মিষ্ঠা প্ৰীতমলৈ মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য প্ৰদান

এক জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা প্ৰতিভাসম্পন্ন লেখিকা শৰ্মিষ্ঠা প্ৰীতম বৰুৱালৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত…

অৱশেষত নিলম্বন হ’ল পাঞ্জাবাৰীস্থিত শ্বহীদ যাদৱ নাথ হোমিঅ’পেথিক মেডিকেল কলেজৰ দুজন অধ্যাপক‌

অৱশেষত নিলম্বন হ’ল পাঞ্জাবাৰীস্থিত শ্বহীদ যাদৱ নাথ হোমিওপেথিক মেডিকেল কলেজৰ দুজন অধ্যাপক‌। ডাঃ মনোজ কুমাৰ ডেকা…

দিনদুপৰতে জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ সমীপত ভয়ংকৰ ডকাইতিকাণ্ড

দিনদুপৰতে জামুগুৰিহাটৰ জীয়াভৰলী দলঙৰ সমীপত ভয়ংকৰ ডকাইতিকাণ্ড। AS-32-A-5355 নম্বৰৰ এখন মাৰুতী ইকো ভানত অহা দুৰ্বৃত্তৰ এটা…

চকুৰ পচাৰতে ভাগি পৰিল লোহাৰ দলং

শ্ৰীভূমিৰ ৰামকৃষ্ণনগৰত ভয়ংকৰ ঘটনা আনিপুৰ–ৰামকৃষ্ণনগৰ সংযোগী দলং ভাঙি ছিংলা নদীত পৰিল ৭খনকৈ বাহন বুধবাৰে দিনৰ প্ৰায়…

সোণাপুৰত গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

সোণাপুৰত গো-মাংসক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। এখন চাইকেলত দুজনকৈ সন্দেহযুক্ত নাগৰিকে বস্তাৰে হিন্দু গাঁৱখনৰ মাজৰে গো-মাংস…

১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী; সংবাদমেলযোগে প্ৰধানমন্ত্ৰীৰ সময়সূচী বিশদভাৱে জনালে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই

১৪ ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি দিছপুৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী…

খিলঞ্জীয়া ভূমি পুত্ৰসকলে লাভ কৰিব বনভূমি পট্টাৰ অধিকাৰ, সংবাদমেলত গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ

আজি দিছপুৰ লোকসেৱা ভৱনত এক সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। সংবাদমেলত বহুকেইটা গুৰুত্বপূৰ্ণ…

যাদু নগৰী খ্যাত মায়ঙত শোকৰ ছাঁ!মায়ঙৰ যাদুকৰ ৰনেন্দ্ৰ আৰু নাই

যাদু নগৰী খ্যাত মায়ঙত শোকৰ ছাঁ। মায়ঙৰ পৰ্যটন ক্ষেত্ৰলৈ বৃহৎ ক্ষতি। যাদুকৰ ৰনেন্দ্ৰ নাথৰ অকাল বিয়োগ।…