নাৰায়ণপুৰত অঘটন;JJMৰ টেংকীত পৰি শিশুৰ মৃত্যু

নাৰায়ণপুৰৰ মাধৱপুৰত অঘটন।

JJMৰ টেংকীত পৰি শিশুৰ মৃত্যু।

মৃত শিশুটি ৯ বছৰীয়া অংশুমান শইকীয়া।

ঢাকি ৰখা পচা প্লাইব’ৰ্ডত ভৰি দিওঁতেই শিশুটি টেংকীৰ ভিতৰত পৰাৰ সন্দেহ।

পৰিয়ালৰ লোকে উদ্ধাৰ কৰে শিশুটিৰ মৃতদেহ।

Leave a Reply

Your email address will not be published. Required fields are marked *