মৰ্মান্তিক! বিদ্যুৎস্পৃষ্ট হৈ মৃ-ত্যুক আঁকোৱালি ল’লে স্বামী-স্ত্ৰীয়ে

চামগুৰিত চাঞ্চল্যকৰ ঘটনা।

পানীৰ মটৰত বিদ্যুৎ সংযোগ কৰিবলৈ যাওঁতেই গণেশ চন্দ্ৰ ৰাভা বিদ্যুৎস্পৃষ্ট হয় মৃত্যু।

স্বামীক বিদ্যুৎস্পৃষ্ট হোৱা দেখি পত্নী মঞ্জু ৰাভাই তেওঁক আঁতৰাই আনিবলৈ চেষ্টা কৰোঁতেই পত্নী মঞ্জু ৰাভাই বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক আঁকোৱালি লয়।

চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমলখি ৰে’ল গে’টৰ ওচৰত সংঘটিত হৈছে এই কৰুণ ঘটনা।

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে শোকাকুল পৰিৱেশ।

Leave a Reply

Your email address will not be published. Required fields are marked *