বিজেপিত যোগদান অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ

বিজেপিত যোগদান অগপৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায়ৰ।

গুৱাহাটীৰ বাজপেয়ী ভৱনত এই যোগদানৰ কাৰ্যসূচী অনুষ্ঠিত হয়।

ভূপেন ৰায়ৰ বিজেপিলৈ আদৰণি জনালে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই।

যোগদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা সাংসদ প্ৰদান বৰুৱা।

অভয়াপুৰী সমষ্টিৰ পৰা ভূপেন ৰায়ে বিজেপি প্ৰাৰ্থী হোৱা সম্ভাৱনা।

Leave a Reply

Your email address will not be published. Required fields are marked *