বিজনীত কলা বেজ পৰিধান কৰি আমছুৰ প্ৰতিবাদ

বিজনীত কলা বেজ পৰিধান কৰি আমছুৰ প্ৰতিবাদ।

NEET ৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বিজনী জিলা আমছুৰ উদ্যোগত ৰূপায়ণ প্ৰতিবাদী কাৰ্যসূচী।

বিজনী পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ নেতা কৰ্মীয়ে দিল্লীত প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীৰ ওপৰত আৰক্ষীয়ে অগণতান্ত্ৰিক ভাৱে আক্ৰমণ কৰাৰ বিৰোধিতা কৰি গৃহমন্ত্ৰী অমিত শ্বাহ হায় হায়, বিজেপি চৰকাৰ হায় হায়, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক আদি শ্লোগান প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *