পূজা মণ্ডপৰ দানপাত্র চুৰি; CCTVত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য

পূজাৰ আনন্দ উল্লাসৰ মাজতে গোলাঘাটৰ জি এফ ৰোডত চাঞ্চল্যকৰ ঘটনা

জি এফ ৰোডত চোৰে লুটি নিলে পূজা মণ্ডপৰ দানপাত্র

প্রায় ৪৫ হাজাৰ টকা আছিল দানপাত্রটোত

CCTVত বন্দী চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য

সোধা-পোছাৰ বাবে পূজা মণ্ডপত কাম কৰা দুজন লোকক আটক

ঘটনাক লৈ অব্যাহত ব্যাপক প্ৰতিক্ৰিয়া

Leave a Reply

Your email address will not be published. Required fields are marked *