দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজতে ৰঙিয়াত মৰেল পুলিচিঙৰ ঘটনা

দুৰ্গা পূজাৰ আনন্দ-উল্লাহৰ মাজতে ৰঙিয়াত মৰেল পুলিচিঙৰ ঘটনা

পূজা চাবলৈ গৈ দুৰ্ঘটনাত পতিত দুই যুৱকক দলবদ্ধ আক্রমণ

আক্রমণত এজনৰ মৃত্যু, আন এজন গুৰুতৰভাৱে আহত

নিহত যুৱকজনৰ নাম ধনজিৎ‍ কলিতা বুলি জানিব পৰা গৈছে

নিহত ধনজিৎ‍ কলিতা উচ্চতৰ মাধ্যমিকৰ ছাত্র আছিল

গুৰুতৰভাৱে আহত আনজন ছাত্র বিশাল দাস

ঘটনাক কেন্দ্র কৰি ৰঙিয়াত চাঞ্চল্যক

ক্ষুব্ধ লোকে ঘেৰাও কৰিছে ৰঙিয়া থানা

বৰ্কাৰ পানীটেমাত সংঘটিত হৈছিল আক্রমণৰ ঘটনা

আঠগাঁৱৰ দুই বন্ধুৱে পূজা চাবলৈ যোৱাৰ সময়তে আক্রমণৰ সুন্মুখীন হৈছিল

ঘটনা সন্দৰ্ভত পানীটেমাৰ দুজনক আটক

ধৃত লোক দুজন দীপক কলিতা আৰু মুকুট ডেকা

Leave a Reply

Your email address will not be published. Required fields are marked *