চামগুৰি ৰঙাগড়াত চাঞ্চল্যকৰ ঘটনা।
পথাৰত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ।
মৃত যুৱকজন গৰিয়াজান বস্তিৰ শংকৰ নায়ক বুলি চিনাক্ত কৰা হৈছে।
এই ঘটনাটো হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।।
ইতিমধ্যে চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধ পোছৰ বাবে দুজন লোকক আটক কৰিছে।
আটকাধীন লোকদুজন ক্ৰমে জীতেন লোহাৰ আৰু শম্ভু গোৱালা।বুলি জানিব পৰা গৈছে
ঘটনাক কেন্দ্ৰ কৰি গৰীয়াজান বস্তিত চেপা উত্তেজনাই বিৰাজ কৰিছে।