মহানগৰীৰ গীতানগৰত চাঞ্চল্যকৰ ঘটনা
গীতানগৰ থানাৰ গৃহৰক্ষী জোৱানৰ ৰহস্যজনক মৃত্যু
মৃত্যু হোৱা জোৱানজন ৰঙিয়াৰ ঘুলিপামৰ হাফিজ আলী বুলি জানিব পৰা গৈছে
বুধবাৰে নিশা কৰ্তব্য পালন কৰি পুৱা ৫বজাত নিজৰ কোঠালৈ গৈছিল জোৱানজন
বিগত এপ্রিল মাহত বিবাহপাশত আৱদ্ধ হৈছিল হাফিজ আলী
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া
সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ