পৰ্বতঝোৰাত বাল্য বিবাহ বিৰোধী অভিযান;আটক ৯জনক

পুনৰ ৰাজ্যত আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান।

অভিযানত আটক ৯জনক।

বগৰীবাৰী আৰক্ষীয়ে বাল্য বিবাহৰ লগত জড়িত ৫জন লোকক আটক কৰে।

আটকাধীন ব্যক্তি কেইজন ক্ৰমে মকৰম আলী, ৰাজু শ্বেইখ, বাবলু শ্বেইখ, আমিৰ আলী আৰু আইনুল হক।বুলি জানিব পৰা গৈছে।

আনফালে কাজিগাঁও আৰক্ষীয়ে অভিযান চলাই ৪জনক আটক কৰিবলৈ সক্ষম হয়।

আটকাধিন ব্যক্তি কেইগৰাকী ক্ৰমে চিৰাজুল হক, হাকিম উদ্দীন ,হাবিজুল শ্বেইখ আৰু সামজাং চাংমা।

Leave a Reply

Your email address will not be published. Required fields are marked *