Blog

পিষ্টল দেখুৱাই মহিলাৰ পৰা সোণৰ চেইন কঢ়া দুই দুৰ্বৃত্ত আৰক্ষীৰ জালত

গুৱাহাটীঃ মহানগৰীৰ আৰক্ষীয়ে মঙলবাৰে কৰায়ত্ব কৰে অধিবক্তা মমিতা বৰাৰ পৰা সোণৰ চেইন কাঢ়ি নিয়া দুই চেইন…

আজি প্ৰদেশ কংগ্ৰেছৰ যোগদান কাৰ্যসূচীঃ বহু বিয়াগোম নেতাই কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা

গুৱাহাটীঃ বুধবাৰে মহানগৰীৰত প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজন কৰা হৈছে যোগদান কাৰ্যসূচী। কেইবাটাও ৰাজনৈতিক…

মৰিয়নিত শিক্ষকৰ নিৰ্দয় প্ৰহাৰত আহত ছাত্ৰ

মৰিয়নিঃ মৰিয়নিত ছাত্ৰক নিৰ্দয় প্ৰহাৰ শিক্ষকৰ। মৰিয়নিৰ ৰেলৱে বেংগলী স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ জাকিৰ হুচেইন নামৰ…

বিয়াৰ কাপোৰৰ বজাৰ কৰিবলৈ গৈ ৰহস্যজনক ভাৱে নিৰুদ্দেশ বিবাহিতা মহিলা

বিয়াৰ কাপোৰৰ বজাৰ কৰিবলৈ গৈ ৰহস্যজনক ভাৱে নিৰুদ্দেশ বিবাহিতা মহিলা : এটা সপ্তাহেও বিবাহিতা মহিলাগৰাকীৰ সন্ধান…

বাহাৰঘাট নালন্দা পাব্লিক স্কুলত সফুৰা বৃত্তি পৰীক্ষাত পাৰদৰ্শিতা দেখুৱা ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা

বাহাৰঘাটঃ আজি বাহাৰঘাট নালন্দা পাব্লিক স্কুলত সফুৰা বৃত্তি পৰীক্ষাত পাৰদৰ্শিতা দেখুৱা ছাত্ৰছাত্ৰীক বিশেষ সম্বৰ্ধনা জনোৱা হয়।…

শিৱসাগৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন

শিৱসাগৰত বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন ৷ শিৱসাগৰঃ শিৱসাগৰত আজি কেইবাটাও স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত পালন বিশ্ব…

শ্বেহনাজ গিল অসুস্থঃ অনুৰাগীক দিলে বতৰা

Entertainment Desk: শ্বেহনাজ গিল হঠাতে অসুস্থ হৈ পৰাত কোকিলাবেন হাস্পতালত ভৰ্তি হ’বলগীয়া হয় ৷ সোমবাৰে ছ’চিয়েল…

মোৰ লক্ষ্য বিশ্বকাপ জয় কৰাঃ কে এল ৰাহুল

Sports Desk: ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে বিশ্বকাপ ২০২৩ৰ প্ৰথমখন মেচতে বিস্ফোৰক ইনিংছ…

আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ৪ ছাত্ৰ-ছাত্ৰীৰ বিৰুদ্ধে গোচৰঃ পেলেষ্টাইনৰ সমৰ্থনত সমদল

ডিজিটেল ডেক্সঃ ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে উত্তৰ প্ৰদেশৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পেলেষ্টাইনৰ…

এতিয়াৰে পৰা উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ ভক্ত সকলে মানি চলিব লাগিব বিশেষ কিছু নীতি নিয়মঃ হাফ পেন্ট, ফটা জিনছ পিন্ধি প্ৰৱেশ কৰিব নোৱাৰিব মন্দিৰত

ডিজিটেল ডেক্সঃ এতিয়াৰে পৰা উৰিষ্যাৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ ভক্ত সকলে মানি চলিব লাগিব বিশেষ কিছু…