দুৰ্গা পূজা মণ্ডপত দুৰ্বৃত্তৰ অগ্নিসংযোগ

জাগীৰোডৰ ডোঙাবড়ীত পূজা মণ্ডপত চাঞ্চল্যকৰ ঘটনা

ডোঙাবড়ীৰ দুৰ্গা পূজা মণ্ডপত অগ্নিসংযোগ দুৰ্বৃত্তৰ

অগ্নিকাণ্ডৰ ফলত ভস্মীভূত দুৰ্গা, লক্ষ্মী আৰু গণেশৰ প্ৰতিমা

স্থানীয় ৰাইজৰ তৎপৰতাত নিৰ্বাপন কৰে জুই

ঘটনা সন্দৰ্ভত সোধা-পোছাৰ বাবে দুজনক আটক জাগীৰোড আৰক্ষীৰ

Leave a Reply

Your email address will not be published. Required fields are marked *