সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ

জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অন্যতম মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে অৱমাননাৰ গোচৰ ৰুজু। চৰকাৰী অধিবক্তাই দাখিল কৰা আবেদনৰ ভিত্তিত বিশেষ ফাষ্টট্ৰেক আদালতত ৰুজু কৰা হয় গোচৰটো

আদালতৰ নিৰ্দেশ অমান্য কৰি খোলা হৈছিল ছীল কৰা ‘মহাবীৰ একুৱা’।

উল্লেখযোগ্য যে, ‘মহাবীৰ একুৱা’ৰ গৰাকী সিদ্ধাৰ্থ শৰ্মা। আদালতৰ নিৰ্দেশক অৱমাননা কৰাৰ অভিযোগৰ ভিত্তিত এতিয়া বিষয়টোৱে নতুন আইনী ৰূপ লাভ কৰিছে। ১৮ আগষ্টত বিশেষ ফাষ্টট্ৰেক আদালতে গোচৰটোৰ শুনানি গ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *